Local, Vocal, Global

WATCH | Dhemaji News : বৰদলনিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

ধেমাজি,২৪মাৰ্চ : বৰদলনিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। অৰুণোদয়,কৃষক নিধিৰ ধন বৃদ্ধি কৰা দাবীত প্ৰতিবাদ ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

আজি উক্ত কাৰ্যসূচীত ধেমাজি জিলাত প্ৰতিখন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিত হিতাধিকাৰী হিচাপে অন্তৰ্ভূক্ত কৰক(Dhemaji News)।

অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনত ৰাজনৈতিক বৈষম্য বন্ধ কৰক।

অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰক।

অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ নামত ধন সংগ্ৰহ বন্ধ কৰক।

কৃষক নিধিৰ ধন প্ৰতিমাহে প্ৰদান কৰা লগতে কৃষকৰ ধন ২০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰক।

ৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাওঁ পঞ্চায়ত সমূহত অবাধ দুর্নীতি কৰা বিষয়াৰ ওপৰত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।

লগতে পঢ়ক : WATCH | Nalbari News : বৰক্ষেত্ৰীৰ ৰামপুৰত চুৰিকাণ্ড; চোৰে লৈ গ’ল চাৰিবেগ ধান