Local, Vocal, Global

অৱশেষত উদ্ধাৰ ধেমাজিৰ চিচিবৰগাঁৱৰ দুৰ্ঘটনাত পতিত বাহনখন

67

ধেমাজিৰ চিচিবৰগাঁও ট্ৰেজেদী

গাড়ীসহ উদ্ধাৰ দুগৰাকী লোকক

বৃহস্পতিবাৰে সংঘটিত হোৱা ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা বাহনখন অৱশেষত উদ্ধাৰ। দলঙৰ ৰেলিং ভাঙি এখন গাড়ীসহ নদীত পৰিছিল ৫জনকৈ ব্যক্তি ।বৃহস্পতিবাৰে স্থানীয় লোকে দুগৰাকী যুৱতীক জীৱন্তে উদ্ধাৰ কৰিছিল কিন্তু সন্ধানহীন হৈ আছিল বাকী তিনিজন । বৰ্তমানেও সন্ধানহীন গাড়ী চালকগৰাকী।

add3

দলঙৰ ৰেলিং ভাঙি এখন গাড়ীসহ ৫জনকৈ লোক নদীত পৰাক লৈ উক্ত অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। চিলাপথাৰত বিয়া এখনৰ পৰা উভতি আহি ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত দুৰ্ঘটনাত পতিত হৈছিল লখিমপুৰ লীলাবাৰীৰ টংকেশ্বৰ কলিতাৰ পৰিয়ালটো।