Local, Vocal, Global

গৌৰীপুৰত বিধ্বংসী অগ্নিকাণ্ড…

শুকুৰবাৰে নিশা গৌৰীপুৰত বিধ্বংসী অগ্নিকাণ্ড।গৌৰীপুৰৰ পাগলাহাটৰ জলডোবাত সংঘটিত হয় এই অগ্নিকাণ্ড ।অগ্নীকাণ্ডত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত। ভস্মীভূত এখন দোকান ।কথমপি ৰক্ষা পৰে কেইবাখনো দোকান ।স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে। মমবাতিৰ জুই লাগি এই অগ্নিকাণ্ড সংঘটিত হয়।ভষ্মীভূত হোৱা দোকানী জনৰ নাম বিশ্বজীত ৰায় বুলি জানিৱ পৰা গৈছে৷দোকানী বিশ্বজীত ৰায়ৰ ঘৰ জলডোবা দ্বিতীয় খণ্ড গাঁওত৷