Local, Vocal, Global

মুকালমুৱাত নিশা বিধ্বংসী অগ্নিকাণ্ড !

ডিজিটেল ডেস্ক:- মুকালমুৱাত নিশা বিধ্বংসী অগ্নিকাণ্ড।শুকুৰবাৰে নিশা মুকালমুৱাত ভয়ংকৰ অগ্নিকাণ্ড ঘটনাৰ সংঘটিত হয়।মুকালমুৱাৰ ভাংনামাৰীৰ ছৈয়দ আলী চৰত নিশা সংঘটিত হয় এই ঘটনা।বিধ্বংসী জুইত জাহ গ’ল ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ৰমজান হবিবৰ নামৰ লোকজনৰ বাসগৃহও ভস্মীভূত।। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত।পিছত স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন অগ্নিনিৰ্বাপক বাহিনীৰ।অগ্নিকাণ্ডৰ ফলত ৭ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত।