WATCH | Dergaon News : দেৰগাঁও দেৱগ্ৰাম মহিলা বিহুৰ বাবে সংগ্ৰহ কৰা ধন সামৰিক বাহিনীৰ পুঁজিলৈ প্ৰদান কৰাৰ সিদ্ধান্ত
দেৰগাঁও,১০মে’ : ভাৰত আৰু পাকিস্তানৰ মাজত হৈছে যুদ্ধ। ভাৰতীয় সৈন্য জপিয়াই পৰিছে পাকিস্তানীৰ ওপৰত(Dergaon News)। এনে এক যুদ্ধকালীন পৰিৱেশত দেৰগাঁও দেৱগ্ৰাম মহিলা সমিতিয়ে দেৰগাঁও লাহটি চাৰিআলিত অনুষ্ঠিত কৰা ৰঙালী বিহু অনুষ্ঠান বাতিল কৰে লগতে বিহুৰ বাবে সংগ্ৰহ কৰা ধন সামৰিক বাহিনীৰ পুঁজিলৈ প্ৰদান কৰাৰ সিদ্ধান্ত লয়।
কমিটিৰ বিষয়ববীয়া সকলে ভাৰতীয় সেনাৰ বিজয়ৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।
লগতে পঢ়ক : WATCH | Massive fire breaks out : ৰঙাপৰাত ভয়ংকৰঅগ্নিকাণ্ড