Local, Vocal, Global

অট্টালিকাত ভয়ংকৰ বিষ্ফোৰণ-মৃত্যু ৭ জন

নিউজ ডেস্ক, ৪ মাৰ্চঃ বৃহস্পতিবাৰে বিহাৰৰ ভাগলপুৰত তিনিমহলীয়া এটা অট্টালিকাত ভয়ংকৰ বিষ্ফোৰণ সংঘটিত হয় ৭ জন লোকৰ মৃত্যু হয়। লগতে আন বহুতো লোক আঘাটপ্ৰাপ্ত হয় জানিব পৰা গৈছে।
       খবৰ অনুসৰি, ভাগলপুৰৰ এটা পৰিয়ালে বোমা বনোৱা কামৰ সৈতে জড়িত আছিল আৰু উক্ত বোমা প্ৰস্তুত কৰা ঘৰটোৰ ভিতৰত বোমা বিষ্ফোৰণ হোৱাৰ ফলত ৭জন লোকৰ মৃত্যু হয়।
        বিষ্ফোৰণৰ ফলত আঘাটপ্ৰাপ্ত হোৱা লোকসকলক ভাগলপুৰৰ এখন হাস্পটাললৈ প্ৰেৰণ কৰা হয়।
      এই ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষ্ফোৰণৰ তদন্ত আৰম্ভ কৰে।