Local, Vocal, Global

দৰং আৰক্ষীৰ বৃহৎ সফলতা

  • দৰং আৰক্ষীৰ বৃহৎ সাফল্য
  • দৰং আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা
  • অভূতপূৰ্ব পদ্ধতিৰে ডিআই বাহনত সৰবৰাহ কৰি আহিছিল গাঞ্জা
  • ডি আই বাহনত এক বিশেষ কৌশলৰে আনিছিল গাঞ্জাখিনি
  • AS 01 HC 8324 নম্বৰৰ ডিআই বাহনখনৰ পৰাই গাঞ্জাখিনি জব্দ কৰে আৰক্ষীয়ে
  • লগতে আটক দুজন গাঞ্জা সৰবৰাহকাৰী
  • আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে ৰেজাউল আৰু খাইৰুল
  • আটকাধীন দুয়োগৰাকীয়ে নগাঁৱৰ বটদ্ৰৱা
  • তেজপুৰ দিশৰ পৰাই গাঞ্জাখিনি অনাৰ সন্দেহ
  • গাঞ্জাখিনিৰ ওজন প্ৰায় ৩০ কেজি পৰিমাণৰ