Local, Vocal, Global

Daily Horoscope for 20th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি :আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ নতুন বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে কঠিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ আবেগক নিয়ন্ত্ৰণ কৰক ৷ পানীৰ পৰা দূৰত থাকক৷স্বাস্থ্যৰ যত্ন লওক ৷ ভ্ৰমণ নকৰিব।

কৰ্কট ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ এলেহুৱা অনুভৱ কৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷

কন্যা ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ জীৱনত সফল হ’ব ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ বন্ধুৰ লগত পাৰ্টী হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷

ধনু ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ যত্ন লওক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ বিবাহিতসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ বিবাহ যোগ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷

মীন ৰাশি : দিনটো শুভ ৷ সপোন পুৰণ হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে সু-সময় ৷ বনভোজৰ বাবেও উচিত সময় ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷