ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৫০৮ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১,৫৮৪ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৩ হাজাৰ ২৮২ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৪,৭২৪ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৭৭ হাজাৰ ৬৫৯ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৯৬ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৪ হাজাৰ ৩৫৭ গৰাকীৰ স্বোৱাব পৰীক্ষা