Local, Vocal, Global

ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৭০১ গৰাকী
  • সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১,৬৬৪ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৫ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ২ হাজাৰ ৭৭৪ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৫,৮০৭ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৭৬ হাজাৰ ৭৫ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৮৯ গৰাকী লোকৰ
  • সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৪২ হাজাৰ ৪৫২ গৰাকীৰ স্বোৱাব পৰীক্ষা