ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৫৮৫ গৰাকী
- বৃহস্পতিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৯০৪ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮২ হাজাৰ ৩৯৬ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৪,১৬৩গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৪৭ হাজাৰ ৫১৯ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭১১ গৰাকী লোকৰ
- বৃহস্পতিবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৯ হাজাৰ ৭৮০ গৰাকী লোকৰ স্বোৱাব পৰীক্ষা
- বৃহস্পতিবাৰ আক্ৰান্তৰ হাৰ ৩.৯৮ শতাংশ