Local, Vocal, Global

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩,৫৯০ গৰাকী
  • বুধলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৬১৬ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮০ হাজাৰ ৮১১ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৪,৪৯৬গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৪৫ হাজাৰ ৬১৫ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬৯৭ গৰাকী লোকৰ
  • বুধলবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১ লাখ ৪৮ হাজাৰ ৭৮০গৰাকী লোকৰ স্বোৱাব পৰীক্ষা
  • বুধলবাৰে আক্ৰান্তৰ হাৰ ২.৪১শতাংশ