অসমত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণসংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৪৮২গৰাকী
- মংগলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১০২০গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৬ হাজাৰ ৭৮৬ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৮৯৭ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৭ হাজাৰ ০৫৬ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৩০ গৰাকী লোকৰ
- মংগলবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১লাখ ২৬ হাজাৰ ২৭৫ গৰাকীৰ স্বোৱাব পৰীক্ষা