Local, Vocal, Global

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াবহতা

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৯৭১ গৰাকী
  • শনিবাৰে দিনটোত আৰোগ্য লাভ কৰে ১৪৫১ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৯ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৩ হাজাৰ ৩৮৭ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,২২১ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৩ হাজাৰ ৩৫২ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮১১ গৰাকী লোকৰ
  • শনিবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৭,৪৯১ লোকৰ স্বোৱাব পৰীক্ষা