Local, Vocal, Global

কোভিড-19 ভেকচিন লোৱাৰ আনন্দত বৰফৰ হ্ৰদত ভাংৰা নৃত্য প্ৰবাসী ভাৰতীয়ৰ

কানাডা নিবাসী ভাৰতীয় মূলৰ গুৰদ্বীপ পাণ্ডে নামৰ ব্যক্তিজনে হিমায়িত হ্ৰদ (Frozen Lake)ত নাচিলে ভাংৰা নৃত্য । তেওঁ ভাংৰা নচাৰ কাৰণ উল্লেখ কৰি কয় যে “মই আনন্দত, আশা আৰু ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে হিমশীতল হ্ৰদলৈ গৈ ভাংৰা কৰিছিলোঁ” । উল্লেখযোগ্য যে গুৰদ্বীপ পাণ্ডে এজন নৃত্য প্ৰশিক্ষকো । সেয়েহে তেওঁ নৃত্যৰ জৰিয়তে কানাডাবাসীৰ লগতে সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি তেওঁৰ এই ভাংৰা নৃত্যৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰে ।