ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ গণসংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৯৮ গৰাকী
- বৃহস্পতিবাৰে দিনটোত আৰোগ্য লাভ কৰে ১,০৫৭ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৬ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ০৫ হাজাৰ ৬৩৫ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ১১,১৩৮ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৯৩,৫৭১ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯২৩ গৰাকী লোকৰ
- বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৮ হাজাৰ ৩০২ গৰাকীৰ স্বোৱাব পৰীক্ষা