Local, Vocal, Global

COVID UPDATE

●  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৪,১৪৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত           হৈছে ।
● দৈনিক সংক্ৰমণৰ হাৰ ১.২৯ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪০,৬৭,৭১৯ জন ।
● ইতিমধ্যে ৪,৫২,১২৪ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ১৪৪ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৫৯,০৯,৩৫,৩৮১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● বিগত ২৪ ঘণ্টাত ১১,০০,১২৩ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৯৭,৬৫,৮৯,৫৪০ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৪১,২০,৭৭২ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।