Local, Vocal, Global

Covid update

0 32

বিগত ২৪ ঘণ্টাত ভাৰতত ১৫,৮২৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১.১৯ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪০,০১,৭৪৩ জন ।

● ইতিমধ্যে ৪,৫১,১৮৯ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ২২৬ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫৮,৬৩,৬৩,৪৪২ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৩,২৫,৩৯৯ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

Leave A Reply

Your email address will not be published.