ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ সংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৪৫ গৰাকী
- বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৮৩৭ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ২ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৯ হাজাৰ ৬৩৩ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৫,৩৭১ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২ লাখ ৩ হাজাৰ ৩০৫ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৫৪ গৰাকী লোকৰ
- বুধবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৭ হাজাৰ ৩২৩ গৰাকীৰ স্বোৱাব পৰীক্ষা