Local, Vocal, Global

দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৬৯,৬৫২ গৰাকী
  • ২৪ ঘন্টাত সমগ্ৰ দেশত ৫৮,৭৯৪ গৰাকী ৰোগীৰ আৰোগ্য লাভ
  •  দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ২৮ লাখ ৩৬ হাজাৰ ৯২৫ গৰাকী
  • দেশত বৰ্তমানলৈ সুস্থ ২০ লাখ ৯৬ হাজাৰ ৬৬৪ গৰাকী
  • দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ ৫৩ হাজাৰ ৮৬৬ গৰাকীৰ মৃত্যু
  • সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৬ লাখ ৮৬ হাজাৰ ৩৯৫ গৰাকী