Local, Vocal, Global

ৰাজ্যত কৰ’নাৰ ভয়াৱহ ৰূপ ধাৰণ

  • ৰাজ্যত এইপৰ্যন্ত এদিনত সৰ্বাধিক আক্ৰান্তৰ অভিলেখ।
  • দেওবাৰে ৩৩১ গৰাকী নতুনকৈ আক্ৰান্ত।
  • ৰাজ্যত ৫,৫৮৬ লৈ বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা।
  • সক্ৰিয় ৰোগীৰ সংখ্যা ২,১৭০ গৰাকী,৩,৪০৪ গৰাকী আৰোগ্য,১৩ গৰাকীৰ মৃত্যু।