Local, Vocal, Global

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা

  • শনিবাৰে ৰাজ্যত এদিনত সৰ্বাধিক ২৪৯ গৰাকী কৰ’নাত আক্ৰান্ত।
  • এই পৰ্যন্ত অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ৫,২৫৫ গৰাকীলৈ বৃদ্ধি।
  • ৩,২০২ গৰাকী আৰোগ্য, সক্ৰিয় ৰোগীৰ সংখ্যা ২,০৪১ গৰাকী,১২ গৰাকীৰ মৃত্যু।