Local, Vocal, Global

প্ৰথমে ৫০ হাজাৰ টেষ্ট, তাৰ পিছত লকডাউনৰ সিন্ধান্ত

  • অসমত লকডাউনক পাশুপাত অস্ত্ৰৰ দৰেহে ব্যৱহাৰ কৰিব – স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব ।
  • ৫০,০০০ ৰেপিড টেষ্টৰ ফলাফলৰ পিছত ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
  • এতিয়াই লকডাউনৰ প্ৰয়োজন নাই বুলি দোহাৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্তই ।
  • মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ পুনৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ আহ্বান
  • GMCHত VTN KITS মুকলি কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • ২০৬ টকাত ক্ৰয় কৰা VTN KITS এতিয়া ১৪০ টকাত যোগান ধৰিব IIT গুৱাহাটীয়ে।
  • অসমৰ ক্ষেত্ৰত এইটো বিশেষ সফলতা।
  • IIT গুৱাহাটী কৰ্তৃপক্ষই বুধবাৰে আনুষ্ঠানিকভাৱে স্বাস্থ্যমন্ত্ৰীক প্ৰদান কৰে VTN KIT।
  • আই আই টিক ধন্যবাদ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ৷
  • GMCHত চতুৰ্থটো VSL LAB বুধবাৰে উদ্ধোধন কৰা হয় ।
  •  GMCHত ইতিমধ্যে ৪০৭৭টা কভিড পৰীক্ষা হৈছে।
  • অসমত মুঠ ৩ লাখ ২৭ হাজাৰ কভিড টেষ্ট কৰা হৈছে।
  • 3rd tech with digital equipment মেচিন GMCHত বুধবাৰে উদ্বোধন কৰা হয়।
  • মেচিনটো advance memeography technology.
  • বুধবাৰৰ পৰা ১২খন চিকিৎসালয়ত আৰম্ভ হৈছে ৰেপিড covid test.
  • গুৱাহাটীৰ হোটেল ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি, আৰক্ষীৰ লোক, পৰিবহণৰ লগত জড়িত, ট্ৰাকৰ সৈতে জড়িত, গুদামত জড়িত, পে’ট্ৰল ডিপোত জড়িত লোকক চৰকাৰৰ surveillance programmeৰ দ্বাৰা সামৰি লোৱা হ’ব।