Local, Vocal, Global

প্ৰেমিক দুজন, সম্বন্ধত ভাই ককাই । এজনীৰ বাবেই দুয়োৱে জাপ দিলে ৰেলৰ আগত ।

ৰাজস্থানৰ বান্দী জিলাত চলি থকা ৰেলৰ আগত জপিঁয়ালে দুই ভাই ককায়ে । ২৩বছৰ বয়সীয়া দুই ভাই ককাই পৰিছিল একেজনী ছোৱালীৰ প্ৰেমত । আৰু এই ত্ৰিকোণীয় প্ৰেমত বিফল হৈ আত্মহত্যাৰ দৰে চৰম পদক্ষেপ ললে দুয়োৱে । তাৰোপৰি আশা নামৰ ছোৱালীজনীৰ নামটো দুই ভাই ককায়েকে নিজৰ হাতত লিখি ৰখা প্ৰত্যক্ষ কৰিছিল মৃতদেহ উদ্ধাৰকাৰী সকলে ।