Local, Vocal, Global

কটন বিশ্ববিদ্যালৰ ছাত্ৰ নিৰুদ্দেশ

ডিজিটেল ডেস্ক:-কটন বিশ্ববিদ্যালৰ ছাত্ৰ নিৰুদ্দেশ।বৃহস্পতিবাৰৰ নিশাৰ পৰা সন্ধানহীন সূৰ্য নাৰায়ন দাস নামৰ ছাত্ৰজন।বিশ্ববিদ্যালয়ৰ খনৰ ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।নিৰুদ্দেশ হোৱা ছাত্ৰজন উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ।শ্বহীদ মোজাম্মিল হক ছাত্ৰৱাসৰ পৰা ওলাই গৈছিল ছাত্ৰজন।নিজৰ ৰূমলৈ যোৱাৰ পথত সন্ধানহীন হয় ছাত্ৰজন।ছাত্ৰজন ধেমাজিৰ বৰদলনিৰ সূৰ্য নাৰায়ণ দাস।ইতিমধ্যে ঘটনা সন্দৰ্ভত লতাশিল থানাত ৰুজু হৈছে গোচৰ।ছাত্ৰজনৰ সন্ধান পালে ৬০০১৩৬৮৯১৪ নম্বৰ যোগাযোগ কৰিবলৈ আহ্বান ছাত্ৰজনৰ পৰিয়ালৰ।