Local, Vocal, Global

বিশ্বত ক’ৰনাৰ অভিলেখ

  • ২৪ ঘন্টাত ৫০ হেজাৰৰ কাষ চাপিল দেশত কৰ’না আক্ৰান্তৰ সংখ্যা।
  • এদিনত ৪৮,৯১৬ আক্ৰান্তৰে ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১৩,৮৩,৮৫৪ লৈ বৃদ্ধি।
  • ২৪ ঘন্টাত দেশত মৃত্যু ৭৫৭ গৰাকীৰ।
  • এইপৰ্যন্ত দেশত ৩২,০৮৯ গৰাকীৰ কৰ’নাত মৃত্যু।
  • বিগত দুসপ্তাহত দেশত দৈনিক ৪০ সহস্ৰাধিক আক্ৰান্ত।
  • বিশ্বত এই পৰ্যন্ত ১,৬০,৭৬,৮৫৭ গৰাকী আক্ৰান্তৰ বিপৰীতে ৬,৪৫,২২১ লোকৰ মৃত্যু।