Local, Vocal, Global

শুৱালকুছিত কৰ’না আতংক

  • কামৰূপৰ বংশৰৰ এজন ব্যক্তিৰ দেহত কভিড-১৯ পজিটিভ
  • আক্ৰান্ত ব্যক্তিজনৰ নাম অজিত বৈশ্য
  • অজিত বৈশ্য ভাৰতীয় ৰেলৱেৰ কৰ্মচাৰী আৰু কৰ্মসূত্ৰে থাকে মালিগাঁওত
  • ৩ দিন পূৰ্বে জ্বৰ-কাহত আক্ৰান্ত হৈছিল অজিত বৈশ্য
  • কৰ’না পজিটিভ চিনাক্ত হোৱাৰ পিছতেই বৈশ্যক ভৰ্তি কৰা হৈছে জালুকবাৰীৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত
  • কৰ’না আক্ৰান্ত বৈশ্যই  সংস্পৰ্শলৈ আহিছিল বংশৰৰ শংকৰদেৱ শিশু নিকেতন  শিক্ষক-শিক্ষয়ত্ৰী সকলৰ