Local, Vocal, Global

মাতৃৰ সৈতে গা ধুবলৈ গৈ নিখোজ কিশোৰী

  • আমিনগাঁৱৰব্রহ্মপুত্রৰ বুকুত ঘটিল অঘটন।
  • পানীপাৰাৰব্রহ্মপুত্রত নিখোজ এটি কিশোৰী।
  • মাতৃৰসৈতে গা ধুবলৈ গৈ সংঘটিত হয় এই ঘটনা।
  • সন্ধানহীনকিশোৰীগৰাকীক বিচাৰি এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত।