Local, Vocal, Global

Charaideo Mahotsav 2025: চৰাইদেউ মহোৎসৱৰ শুভাৰম্ভ

সোণাৰি,৯জানুৱাৰী : চৰাইদেউ মহোৎসৱৰ শুভাৰম্ভ।

চলিত বর্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি লাভ কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ ২০২৫ ।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহোৎসৱৰ প্ৰথম কাৰ্যসূচী মুখ্য তোৰণ উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যদিবে। ইয়াৰ পিছত মহোৎসৱৰ পতাকা উত্তোলন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু অন্যান্য বিষয়ববীয়া সকলে। ইয়াৰ পিছত বাণিজ্য মেলা উন্মোচন, মঞ্চ উন্মোচন আদি কাৰ্যসূচী অনুষ্ঠিত হয়(Charaideo Mahotsav 2025)।

লগতে পঢ়ক :Barpeta News: চেঙাত পথ দুৰ্ঘটনা সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন