Local, Vocal, Global

WATCH | Chapar News : চাপৰ আৰক্ষী থানাৰ ASI ৰাকেশ কুমাৰ সিংহৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ

চাপৰ,১০জুন : চাপৰ আৰক্ষী থানাৰ ASI ৰাকেশ কুমাৰ সিংহৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ।

অভিযোগ অনুসৰি ৰাকেশ কুমাৰ সিং নামৰ আৰক্ষী বিষয়া গৰাকীয়ে ঘটনাস্থলীৰ পৰা আচামীক এৰি দিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে ৰাইজ। ৰাকেশ সিং হায় হায় আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে(Chapar News)।

অৱশেষত চাপৰ ৰাজহ চক্ৰৰ বিষয়া গৰাকীৰ বুজনিত শান্ত হয় পৰিৱেশ। ২৪ ঘন্টাৰ ভিতৰত আচামীক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস আৰক্ষীৰ।

লগতে পঢ়ক : WATCH | Heated situation : আশ্ৰাফুল ইছলামৰ মৃতদেহ লৈ চাপৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি