Local, Vocal, Global

WATCH | Chapar News : ক্ৰমাৎ যেন উত্তপ্ত হৈ পৰিছে চাপৰৰ আৰিমাৰীৰ পৰিস্থিতি

চাপৰ,১০জুন : ক্ৰমাৎ যেন উত্তপ্ত হৈ পৰিছে চাপৰৰ আৰিমাৰীৰ পৰিস্থিতি। এজন যুৱকক তিনি বন্ধুয়ে মিলি হত্যা কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

উল্লেখ্য যে, চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপত আশ্ৰাফুল ইছলাম নামৰ যুৱক জনক অচেতন অৱস্থাত পৰি থকা দেখি স্থানীয় ৰাইজে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে আৰু বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয়(Chapar News)।

মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘৰত মৃতদেহটো অনাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দোষীক কৰায়ত্ব কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

লগতে পঢ়ক : WATCH | Mangaldoi News : বিধায়ক বসন্ত দাসৰ ওপৰত ক্ষোভ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ