Local, Vocal, Global

চন্দ্ৰপুৰত অঘটন, দুই বছৰৰ ব্যৱধানত একে স্থানত নিখোঁজ দুই ভাতৃ

  • চন্দ্ৰপুৰত অঘটন
  • কলং নৈত গা ধুৱলৈ গৈ নিখোঁজ এজন যুৱক
  • নিখোঁজ যুৱকজন কাজলিচকীৰ সুমন শইকীয়া
  • কাজলিচকী বিষ্ণু মন্দিৰৰ সমীপত এই অঘটন
  • সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছে যুৱকজন
  • সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন
  • বিয়লি কলং নৈৰ যুৱলীত যুৱকজনৰ চেণ্ডেল আৰু বাইক উদ্ধাৰ কৰে স্থানীয় লোকে
  • নিখোঁজ যুৱকজনৰ সন্ধানত ইতিমধ্যে উদ্ধাৰকাৰী দলে চলাই আছে অভিযান
  • দুবছৰ পূৰ্বে একে স্থানৰ পৰা নিখোঁজ হৈছিল সুমনৰ কনিষ্ঠ ভাতৃও