Local, Vocal, Global

চামগুৰিৰ নীলাপানী হ্ৰদত শোকাৱহ ঘটনা 

  • চামগুৰিৰ জনপ্ৰিয় পৰ্য্যটন থলী নীলাপানী হ্ৰদত শোকাৱহ ঘটনা
  • হ্ৰদৰ পানীত সাঁতোৰিবলৈ গৈ সন্ধানহীন এজন গুৱাহাটীৰ পৰা অহা যুৱক
  • সন্ধানহীন যুৱকজন গুৱাহাটীৰ বামুনী মৈদামৰ বিকি কলিতা
  • ৯জনকৈ সতীৰ্থ সহ বনভোজ খাবলৈ আহিছিল
  • যুৱকজন”অসম কাৰ্বন”ত কৰ্মৰত  আছিল
  • চামগুৰি আৰক্ষীসহ SDRFৰ সহায়ত সন্ধানহীন যুৱক জনক উদ্ধাৰ অভিযানৰ প্ৰস্তুতি