Local, Vocal, Global
Browsing Category

pakistan

পাকিস্তানত প্ৰাকৃতিক দুৰ্যোগ

নিউজ ডেস্ক, ১২ জুলাই : ধাৰাসাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানপানী আৰু অন্যান্য দুৰ্যোগৰ ফলত বেলুচিস্তানত ২৪ টা শিশুকে ধৰি প্ৰায় ৬২ জন লোকে প্ৰাণ হেৰুৱাইছে। পাকিস্তানৰ প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (PDMA) প্ৰতিবেদন অনুসৰি Bolan,

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু পাকিস্তানী ৰেঞ্জাৰৰ  Attari-Wagah সীমান্তত ঈদ আল-আধা পালন

নিউজ ডেস্ক, ১০ জুলাই : ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু পাকিস্তান ৰেঞ্জাৰসকলে (Pakistan Rangers) দেওবাৰে ঈদ আল-আধা পালন কৰি Attari-Wagah সীমান্তত মিঠাই বিনিময় কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিএছএফৰ কমাণ্ডেণ্ট জছবীৰ সিঙে

জম্বুত এজন পাকিস্তানীসহ দুজন LET সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

নিউজ ডেস্ক, ৭ জুন : মঙলবাৰে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (IGP) বিজয় কুমাৰে জনাইছে যে লস্কৰ-ই-তৈবাৰ (LET) দুজন সন্ত্ৰাসবাদীক সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰিছে, তাৰ এজনক পাকিস্তানী বুলি চিনাক্ত কৰা হৈছে। কুমাৰে কয় যে জম্মু-কাশ্মীৰৰ

পাকিস্তানৰ প্ৰধানমন্ত্ৰীক টুইটযোগে অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ শ্বেহবাজ শ্বৰীফে সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ পূৰ্বসূৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৮ মাৰ্চত উত্থাপন হোৱাৰ পিছত দেশত অনিশ্চয়তাৰ অৱসান ঘটে। চিনেটৰ অধ্যক্ষ চাদিক

নিশা ৯ বজাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব শ্বেহবাজ শ্বৰীফে

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ পাকিস্তানত হৈ থকা ৰাজনৈতিক সংকটৰ মাজতেই সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় শ্বেহবাজ শ্বৰীফ। আজি নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব শ্বেহবাজ শ্বৰীফে। সোমবাৰে নেচনেল এচেম্বলীত নতুন

প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত হ’ল ইমৰাণ খান, নতুন প্ৰধানমন্ত্ৰী হ’ব শ্বেহবাজ শ্বৰীফ

নিউজ ডেস্ক,১০ এপ্ৰিলঃ অৱশেষত আস্থাৰ ভোটত হাৰিল ইমৰাণ খান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰিল ইমৰাণ খান। আস্থা ভোটত সকলো ভোট পাকিস্তানৰ কেপ্তেইনৰ বিপক্ষে দিয়া হয়। উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমাৰ ভিতৰত অৰ্থাৎ নিশা ১২ বজাৰ

আস্থাৰ ভোটৰ সন্মুখীন হ’ব লাগিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

নিউজ ডেস্ক, ৮ এপ্ৰিল : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জীৱনলৈ আহিছে এক বিপৰ্যয় । আদালতৰ গোচৰত হাৰিল ইমৰাণ খান, যাৰ বাবে সন্মুখীন হ'ব লগা হৈছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী এই বিপৰ্যয়ৰ । পাকিস্তানৰ উচ্চতম ন্যায়লয়ে পাকিস্তানৰ সংসদৰ

ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগত ভাৰত চৰকাৰে বন্ধ কৰিলে ২২টাকৈ ইউটিউব চেনেল

নিউজ ডেস্ক,৫ এপ্ৰিলঃ ভাৰত চৰকাৰে ব্লক কৰিলে ২২টাকৈ ইউটিউব চেনেল। চৰকাৰে নতুন আইটি নিয়ম ২০২১ অনুসৰি ২২ টা ইউটিউব চেনেল ব্লক কৰিছে। ইয়াৰ ভিতৰত পাকিস্তানৰ চাৰিটা চেনেলো অন্তৰ্ভুক্ত আছে। খবৰ অনুসৰি, ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু