Local, Vocal, Global
Browsing Category

India

এতিয়াৰে পৰা হোৱাটছএপ, ফেচবুকত ফোন কৰিলেও ভৰিব লাগিব পাৰে মাছুল!

নিউজ ডেস্ক : আপুনি হয়তো ভাবি আশ্চৰিত হৈছে হোৱাটছএপ, ফেচবুকত ফোন কৰিলে কিয় মাছুল ভৰিব লাগিব! প্ৰকৃততে, দেশত এক বিশেষ নিয়ম বলৱৎ হ'বলৈ গৈ আছে। যি নিয়ম বলৱৎ হ'লে আপুনি হোৱাটছএপ কল কৰাৰ বাবেও ধন পৰিশোধ কৰিব লাগিব। মোডী চৰকাৰে জনসাধাৰণৰ মতামত

মহালয়াৰ দিনটোতে অৰুণাচল প্ৰদেশত অঘটন

নিউজ ডেস্ক : মহালয়াৰ দিনটোতে সংঘটিত হৈছে অঘটন। দেওবাৰে অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত হৈছে বৃহৎ ভূমিস্খলন। ভূমিস্খলনৰ ফলত টিপ্পি (Tippi ) গাঁৱত তিনিখন বাহন পাহাৰৰ ওপৰৰ পৰা নদীত পৰি গৈছে। বাতৰি অনুসৰি, পাহাৰৰ ওপৰৰ পৰা

ভাৰতত সক্ৰিয় হৈ উঠিছে হিন্দুত্ব বিৰোধী শক্তি!

নিউজ ডেস্ক : সনাতনী হিন্দুত্বৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে তৎপৰ হৈ উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ বিজেপিৰ শীৰ্ষ নেতৃত্ব। RSS নেতৃবৰ্গয়ো অব্যাহত ৰাখিছে পূৰ্ণ প্ৰেচেষ্টা। কিন্তু তাৰ সমান্তৰালভাৱে প্ৰশাসনৰ অজ্ঞাতে চলিব লাগিছে ভাৰত বিৰোধী

ভূপেন বৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ৰাহুল গান্ধীৰ, মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে

নিউজ ডেস্ক : অহা ১৯ অক্টোবৰত নিশ্চিত হ’ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি৷ তাক লৈ নিখিল ভাৰত কংগ্ৰেছ সমিতিত চলিছে ব্যাপক তৎপৰতা৷ ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক সমীকৰণ৷ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছতো আৰম্ভ হৈছে সভাপতি কেন্দ্ৰীক বিবাদ৷

দেশত এতিয়া বিজেপিৰ তালিবানী কুচকাৱাজ! দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব ভাৰতীয় মুছলমান!

নিউজ ডেস্ক : দেশত হিন্দুত্ববাদৰ আগ্ৰাসনে ক্ৰমাৎ নাগৰিকৰ স্বাধীনতাকো যেন পদাঘাত কৰিব লাগিছে প্ৰতিনিয়ত৷ দেশত ইতিমধ্যে সিঁচি দিয়া হৈছে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্প৷ দেশৰ সৰলমান নাগৰিকৰ মাজত সঞ্চাৰ কৰা হৈছে মুছলমানৰ ভীতি৷ অপ্ৰাসংগিকভাৱে

কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি নহয় গান্ধী পৰিয়ালৰ কোনো সদস্য

নিউজ ডেস্ক : কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? দেশত ক্ৰমাণ্বয়ে তীব্ৰ হৈ পৰিছে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ বাবে নিৰ্বাচনৰ যুঁজ। দেশত কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ'ব তাক লৈ চলি থকা বাদ-বিতন্ডাৰ মাজতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক সিংহলে সংবাদ

ব্ৰহ্মতালুত খোঁট অমিত শ্বাহৰ! দেশত PFIৰ ভয়ংকৰ নেটৱৰ্ক

নিউজ ডেস্ক : দেশত PFI-এ ভয়ংকৰ নেটৱৰ্ক পেলাইছে৷ দেশত PFIৰ ভয়ংকৰ নেটৱৰ্ক সন্ত্ৰাসবাদীৰ হৈ কৰিছে কাম৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘ সময় নজৰত ৰখাৰ পাছতে আজি পুৱাৰে দেশজুৰি ইছলামিক সংগঠন ‘Popular Front of India আৰু এছডিপিআইৰ বিৰুদ্ধে অভিযান

উদয়পুৰে কৰিলে ভাগ্য উদয়, শচীন হ’ব মুখ্যমন্ত্ৰী

নতুন দিল্লীঃ ভাৰত জোড়ো যাত্ৰাত ব্যস্ত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি 'এক ব্যক্ত, এক পদ’ক সমৰ্থন জনাই। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিলে মুখ্যমন্ত্ৰী পদ এৰিব লাগিব৷ গেহলটে

ছফ্টৱেৰ অভিযন্তাই নাপাই বিবাহৰ বাবে কন্যা!

নিউজ ডেস্ক : বিবাহৰ বাবে সকলোৱেই উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰে। সময়ৰ অগ্ৰগতিৰ লগে লগে জীৱনসংগী বিচাৰিবৰ বাবে প্ৰায় সংখ্যকেই সামাজিক মাধ্যমত বিজ্ঞাপন দিয়া পৰিলক্ষিত হয়। বিভিন্ন সময়ত প্ৰকাশ পোৱা কিছুমান বিশেষ বিজ্ঞাপনে সামাজিক মাধ্যমত চৰ্চা

এইবাৰ সমগ্ৰ দেশক একেলগে সহায় আগবঢ়াব ৰতন টাটাই

নিউজ ডেস্ক : ৰতন টাটা! নামেই যাৰ পৰিচয়। বিভিন্ন সময়ত আৰ্তজনক সহায় কৰি চৰ্চাত আহে টাটা চন্সৰ অধ্যক্ষ ৰতন টাটা। প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতি পুঁজিত সাহায্যৰ ট্ৰাষ্টী হিচাপে মনোনীত হৈছে ৰতন টাটা। মঙলবাৰে