Local, Vocal, Global
Browsing Category

Assam

ভূপেন বৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ৰাহুল গান্ধীৰ, মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে

নিউজ ডেস্ক : অহা ১৯ অক্টোবৰত নিশ্চিত হ’ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি৷ তাক লৈ নিখিল ভাৰত কংগ্ৰেছ সমিতিত চলিছে ব্যাপক তৎপৰতা৷ ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক সমীকৰণ৷ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছতো আৰম্ভ হৈছে সভাপতি কেন্দ্ৰীক বিবাদ৷

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা তিনিটা বিশেষ গঁড়ৰ প্ৰতিকৃতি

নিউজ ডেস্ক : আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চিন্তন বৈঠক। কাজিৰঙা বৰগোছ ৰিজৰ্টত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব চিন্তন বৈঠক। আজি আবেলি ৩.৩০ বজাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা তিনিটাকৈ

এক শোকাৱহ ঘটনাই জোঁকাৰি গ’ল সুঁতিৰপাৰ

নিউজ ডেস্ক : শুকুৰবাৰে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত জুৰিয়াৰ জুটিৰপাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পুখুৰীত পৰি মৃত্যু হৈছে চাৰিটা শিশুৰ। প্ৰাপ্ত খবৰ অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিশুবোৰে পুখুৰীৰ পাৰত খেলি আছিল। অঞ্চলটোৰ স্থানীয় লোকে

আৰু মুকলি হ’ব ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন

নিউজ ডেস্ক : আজি খানাপাৰাত অনুস্থিত হোৱা অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। ৰাজ্যত পুনৰ মুকলি হ'ব ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ অনুস্থানত দিয়া ভাষণত কয় যে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক

প্ৰথম, দ্বিতীয় আৰু তৃতীয় মাহত লাভ কৰা দৰমহাৰে কি কৰিব লাগিব! ক’লে মুখ্যমন্ত্ৰীয়ে?

নিউজ ডেস্ক : আজি খানাপাৰাত অনুস্থিত হৈছিল অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ। ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ প্ৰাৰ্থীলৈ প্ৰদান কৰিলে নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতৰণ অনুস্থানত উপস্থিত থাকে

১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক : ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু হৈ উঠিছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা। ১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্য বন সংৰক্ষক এম.কে. যাদৱে কয় যে এই বছৰ পৰ্যটকসকলৰ বাবে মুখ্য আকৰ্ষণ

চোৰাংসৰবৰাহৰ নতুন কৌশল

নিউজ ডেস্ক : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ড্ৰাগছৰ লগতে গাঁঞ্জাৰ চোৰাং সৰবৰাহ। তাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযানো। আৰক্ষীৰ চকুত ধুলি দি চোৰাং সৰবৰাহ কৰিবৰ বাবে নিতৌ নতুন নতুন কৌশল উদ্ভাৱন কৰিছে সৰবৰাহকাৰীয়ে।

খেলি থকা অৱস্থাতে খালত পৰি ডেৰ বছৰীয়া ৰছুলৰ মৃত্যু

নিউজ ডেস্ক : বিলাসীপাৰাত সংঘটিত হৈছে শোকাৱহ ঘটনা। দ’ খাৱৈত পৰি বিলাসীপাৰাৰ ৮নং ৱাৰ্ডৰ হাকামা তৃতীয় খণ্ড গাঁৱ ছমেৰ উদ্দিনৰ ডেৰবছৰীয়া পুত্ৰ ৰছুল সেখৰ মৃত্যু হৈছে। ঘটনাস্থলীত দণ্ডাধীশ, বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত

অসমত ৪০ হাজাৰকৈ বিক্ৰী হয় একোটা নাইন এম.এম পিষ্টল

নিউজ ডেস্ক : যোৰহাট জিলাৰ সীমান্তৱৰ্তী এলেকাত এতিয়া সহজতে পোৱা যায় পিষ্টল৷ বৃহৎ ধনৰ বিনিময়ত পিষ্টল বিক্ৰী হয় যোৰহাট জিলাৰ সীমান্তৱৰ্তী এলেকা মৰিয়নিত৷ আজি আবেলি পিষ্টল বিক্ৰী কৰিবলৈ অহা দুজন নগালেণ্ডলৰ লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য

ধিঙত সামাজিক সাংস্কৃতিক সমস্যা সমাধানৰ হকে ধিং মহাবিদ্যালয়ৰ ৬১ গৰাকিকৈ ছাত্ৰ ছাত্ৰী সহযোগত আছু গোট…

নিউজ ডেস্ক : সক্ৰিয় ৰূপত ধিং আছু। ধিঙৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে ধিং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ধিং মহাবিদ্যালৰ আছু গোট গঠন কৰে। ধিং আঞ্চলিক ছাত্র সন্থাৰ সহযোগত আৰু ধিং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱস্থাপনাৰে ৬১ গৰাকিকৈ ছাত্ৰ