Local, Vocal, Global

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

১/অসমৰ সকলো আৰক্ষী সশস্ত্ৰ বেটেলিয়ানৰ কনিষ্ঠবলৰ পৰা ছাব ইন্সপেক্টৰ পৰ্যায়লৈ পৰিয়ালৰ সৈতে চৰকাৰী আৱাসত থকা সকলক দহ দিনৰ বাবে আৰু পৰিয়ালৰ আতৰত থকা সকলৰ বাবে এমাহৰ বাধ্যতামূলক ছুটি

 

২/ সামগ্ৰী পৰিবহণৰ বাবে সূলভ মূল্যৰ দোকান আৰু সমবায় সমিতিৰ কমিছন প্ৰতি কুইন্টলত ১০০.১০টকাৰ পৰা ১৪৩ টকালৈ বৃদ্ধি কৰা হ’ব-
*ৰাজ্যৰ ৮৬০ খন সমবায় সমিতিলৈ গুদামকে ধৰি সামগ্ৰীৰ অন্যান্য উৎস ব্যবহাৰৰ বাবে প্ৰতি বছৰে ৫লাখ টকাৰ নিৰ্ধাৰিত অনুদান
* ভাৰতীয় খাদ্য নিগমৰ গুদামত পৰা সামগ্ৰী কঢ়িয়াবৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত পৰিবহন চুক্তি সমবায় সমিতি সমূহক প্ৰদান কৰা হ’ব

৩/ ছিপাঝাৰৰ গৰু খুটিত ৭৭ হাজাৰ বিঘা ভূমিত কৃষিভূমিত সুকলমে পৰিচালনা কৰিবৰ বাবে মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাৰ পদমৰ্যাদা প্ৰদান । পৰ্যায়ক্ৰমে তেখেতক অধিক দায়িত্ব প্ৰদান কৰা হ’ব

৪/ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অনলাইন পাঠ্যক্ৰমৰ সুবিধাৰ্থে তথ্য আৰু প্ৰযুক্তি বিভাগক নেটৱৰ্কৰ সুবিধা নথকা সকলো ঠাইতে ম’বাইল টাৱাৰ স্থাপনৰ নিৰ্দেশ