Local, Vocal, Global

মহাজোঁটো গ’ল, নিৰ্বাচনো গ’ল ! অৱশেষত BPF-এ স্পষ্ট কৰিলে স্থিতি

চৰকাৰ নহ’ল যেতিয়া মহাজোঁটৰ সৈতে এতিয়া বিপিএফৰ কোনো সম্পৰ্ক নাই’ এই কথা কলে BPF ৰ এজন নেতাই । মহাজোঁট কেৱল নিৰ্বাচনকেন্দ্ৰীক আছিল ৷মহাজোঁট কেৱল নিৰ্বাচনকেন্দ্ৰিক আছিল । মহাজোঁটৰ চৰকাৰ নহল যেতিয়া, এতিয়া মহাজোঁট  অপ্ৰাসংগিক । এনে বিস্ফোৰক মন্তব্য কৰিলে বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো ।