Local, Vocal, Global

ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান 

  • ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান
  • নিষিদ্ধ ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী
  • ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা বহৰিৰ ফুলবাৰী গাঁৱৰ ইমৰাণ খণ্ডকাৰ আৰু মহিদুল হুছেইন
  • ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ১০ টা কন্টেইনাৰ জব্দ
  • বহৰিৰ পৰা পালহাজীলৈ আহি থকা অৱস্থাত মটৰ চাইকেলসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ীক
  • AS-15AM 0696নম্বৰৰ পালচাৰ বাইকসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী
  • সীমান্ত শাখাৰ ডিএছপি ভূৱনেশ্বৰ ডেকা আৰু বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত অভিযান
  • পালহাজী গাঁৱৰ পৰা বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুজনক
  • বৰপেটাত বৃদ্ধি পোৱা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান
  • ১০ দিনৰ ভিতৰত বৰপেটা আৰক্ষীয়ে বৃহৎ পৰিমানৰ নিষিদ্ধ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেটসহ ৫জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ আৰক্ষীৰ