Local, Vocal, Global

বঙাইগাঁৱত অব্যাহত বন মাফিয়াৰ বন ধংসৰ প্ৰতিযোগিতা

বঙাইগাঁৱত অব্যাহত বন মাফিয়াৰ বন ধংসৰ প্ৰতিযোগিতা৷ একাংশ মহলদাৰ,চিণ্ডিকেট চক্ৰ,বন মাফিয়াৰ দপদপনি বন বিষয়া,আৰক্ষী বিষয়াক মেনেজ কৰি চলাই গৈছে বন ধংসৰ অভিযান !