Local, Vocal, Global

বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনা 

  • বোকাখাতৰ ৰজাবাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা
  • তীব্ৰবেগী ট্ৰাকে মহটিয়ালে দুই স্কুটী আৰোহীক
  • থিতাতে নিহত ৰূমাংকৰ দাস নামৰ এজন যুৱক
  • গুৰুতৰভাৱে আহত সাধন দাস নামৰ আনজন যুৱক
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 17 B-9816