গুৱাহাটীত পুনৰ উদ্ধাৰ মৃতদেহ !

ডিজিটেল ডেস্ক:-গুৱাহাটীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ।গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত উদ্ধাৰ হৈছে এই মৃতদেহটো।স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।পানীত উপঙি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।এই পৰ্যন্ত চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো।স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰম্ভ কৰিছে আৰক্ষীয়ে।