Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰা ৰাণীগঞ্জ আঞ্চলিক নাথ-যোগী যুৱ পৰিষদে অনুষ্ঠুপীয়াকৈ ৰঙালী বিহু উদযাপন

বিলাসীপাৰা,১০মে’ : দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিলাসীপাৰা ৰাণীগঞ্জ আঞ্চলিক নাথ-যোগী যুৱ পৰিষদে অনুষ্ঠুপীয়াকৈ ৰঙালী বিহু উদযাপন।

অনুষ্ঠানৰ পাতনিতে পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমনত মৃত সকলৰ আত্মাৰ চিৰশান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে(Bilasipara News)।

পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ সংকল্প দেশৰ সংকটৰ সময়ত আমি চৰকাৰ আৰু সেনাৰ লগত থিয় হৈছোঁ। প্ৰয়োজনত দেশ মাতৃৰ হকে আমি সৰ্বস্ব উজাৰি দিবলৈও সাজু আছো। মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে আমি বহু কাৰ্যসুচী বাতিল কৰিছোঁ। দেশমাতৃৰ হকে প্ৰয়োজনত ঘৰৰ পৰা ওলাই যোৱাতো কুন্ঠাবোধ নকৰিম।

লগতে পঢ়ক : WATCH | Teok News : মুম্বাই ৰিলায়েন্স ফাউণ্ডেছন লৈ নিৰ্বাচিত কাকজানৰ মৃন্ময়