বিহাৰত ফুলিল পদুম

- বিহাৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা
- ১২৫ খন আসনেৰে NDA ৰ বিজয়
- মহাজোঁটবন্ধনে ১১০ খন আসন লাভ কৰিছে
- অন্যান্যই ৯খন আসন লাভ কৰিছে
- আজি ৰাজ্যপালক পদত্যাগ পত্ৰ দিব নীতিশ কুমাৰে
- বিজেপিয়ে ঘোষণা কৰিছে বিহাৰত NDAৰ ফালৰ পৰা নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হ’ব
- বিহাৰত BJP আৰু JDU কৰ্মীৰ আনন্দ-উল্লাস