Local, Vocal, Global

বিহাৰৰ এটিএম প্ৰৱঞ্চকক বেলটলাত আটক !

মহানগৰীৰ বেলটলাত এটিএম চোৰক আটক।মহানগৰীৰ বেলটলা এটিএমৰ পৰা ধন চুৰি কৰাৰ অভিযোগত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ।খবৰ অনুসৰি, প্ৰৱঞ্চকজনে বেলটলা বজাৰৰ এছ বি আই আৰু এইচ ডি এফ চি এটিএমৰ পৰা ধন চুৰি কৰাৰ চেষ্টা কৰিছিল।শুক্ৰবাৰে প্ৰৱঞ্চক জনে এটিএমৰ পৰা ধন লুটিবলৈ চেষ্টা কৰাত স্থানীয় লোকে ধৰে।তথ্য অনুসৰি প্ৰৱঞ্চক জন বিহাৰৰ পাটনাৰ বাসিন্দা।অধিক সোধ পোচৰ বাবে গুৱাহাটা আৰক্ষীৰ জিন্মলৈ প্ৰেৰণ কৰা হৈছে।সোধ পোচৰ অন্তত দুটা পিঅ’এছ যন্ত্ৰও জব্দ কৰে।আৰক্ষীয়ে অনুসন্ধানৰ অব্যাহত ৰাখিছে।