Local, Vocal, Global

মহানগৰীৰ ভূতনাথত শোকাৱহ ঘটনা 

  • মহানগৰীৰ ভূতনাথত ভয়ংকৰ ঘটনা
  • এটা অট্টালিকাৰ ছাঁদ খহি পৰি মৃত্য এটি ৪ বছৰীয়া শিশুৰ
  • গুৰুতৰভাৱে আহত হয় আন ৫ গৰাকীকৈ লোক
  • ধৰ্মৰঞ্জন দাস নামৰ এজন অভিযন্তাৰ অট্টালিকাৰ খহি পৰিল ছাঁদ
  • বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা
  • গুৰুতৰভাৱে আহত কেইগৰাকীক বৰ্তমান GMCHত চিকিৎসাধীন
  • ভাড়াতীয়া হিচাপে অট্টালিকাটোত আছিল পৰিয়ালটো
  • বৰ্তমানে খহি আছে মুধচৰ কিছু অংশ