Assamese
English
Sunday, April 18, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

বিজ্ঞান শাখা মুকলিৰ তালিকাত নাই বিএইচবি মহাবিদ্যালয়ৰ নাম, প্ৰতিক্ৰিয়া সৰুপেটাত

MyNews Bureau by MyNews Bureau
August 4, 2020
in Assam
0
বিজ্ঞান শাখা মুকলিৰ তালিকাত নাই বিএইচবি মহাবিদ্যালয়ৰ নাম, প্ৰতিক্ৰিয়া সৰুপেটাত
0
SHARES
5
VIEWS

RelatedPosts

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?

বিজ্ঞান শাখা মুকলিৰ তালিকাত নাই বিএইচবি মহাবিদ্যালয়ৰ নাম

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক চৰম অপমান

সৰুপেটাত তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ১৬খন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিকৰণৰ অনুমোদনৰ তালিকাত সৰুপেটাৰ বিএইচবি মহাবিদ্যলয়ৰ নাম নথকাক লৈ বৃহত্তৰ সৰুপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে ২০১৭ চনৰ ১০ ডিচেম্বৰত ভাৰতীয় জনতা দলৰ যুৱ মৰ্চাৰ বজালী জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ওপজা গাঁও উজান বৰবড়ীত  কেন্দ্ৰীয় ‘শ্বহীদ দিৱস’ৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, উচ্চপদস্থ আমোলা-বিষয়া তথা কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি ৰক্ষাৰ্থে  শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা বিএইচবি মহাবিদ্যলয়খনত বিজ্ঞান শাখা মুকলি কৰা হ’ব। জানিব পৰা মতে, মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছত ২০১৯ বৰ্ষৰ ২৬ এপ্ৰিলত ৰাজ্যখনৰ উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়খনৰ বেংক একাউণ্টযোগে ১০ লাখ টকা আদায় দিয়াৰ কথা জনাইছিল আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত বিজ্ঞান অধ্যয়নৰ বাবে প্ৰয়োজনীয় পৰীক্ষাগাৰ নিৰ্মাণৰ প্ৰাথমিক কাম-কাজৰ বাবে আৱণ্টন দিয়া উক্ত ধনখিনি খৰচ কৰাত বাধা আৰোপ কৰিছিল।

আনহাতে সেই একেটা বছৰৰে ২৬ আগষ্টত উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা প্ৰেৰিত আন এক নিৰ্দেশনাযোগে উক্ত ধনখিনি ব্যৱহাৰত অনুমতি প্ৰদান কৰা হৈছিল। আনকি বিএইচবি মহাবিদ্যলয় কৰ্তৃপক্ষই চৰকাৰী অনুদান হিচাপে লাভ কৰা উক্ত ১০ লাখ টকাৰে বিজ্ঞান শাখাৰ বাবে প্ৰয়োজনীয় লেৱ’ৰেটৰীৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰি ইউটিলাইজেচন চাৰ্টিফিকেট চৰকাৰৰ উচ্চ শিক্ষা বিভাগত দাখিল কৰাও হৈছিল। কিন্ত ৰহস্যজনকভাৱে উক্ত মহাবিদ্যালয়খন বিজ্ঞান শাখাৰ নামভৰ্তিৰ অনুমোদনৰ পৰা বঞ্চিত হয়। ইয়াক লৈ সৰুপেটা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা বিএইচবি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিজন বায়নে ৰাজ্যৰ বিজেপি চৰকাৰখনে দ্বিতীয়বাৰলৈ অসম আন্দোলনৰ শ্বহীদগৰাকীক হত্যা কৰিলে বুলি মন্তব্য কৰে। যুৱ-ছাত্ৰ পৰিষদৰ সৰুপেটা আঞ্চলিক কমিটীয়ে এই কাৰ্যৰ প্ৰতিবাদত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Previous Post

শুৱালকুছিত উন্মোচন ‘শিশুৰ পূৰ্ণ বিকাশ কিদৰে সম্ভৱ?’

Next Post

ঋণ দিয়াৰ প্ৰলোভনেৰে তথ্য সংগ্ৰহ কৰিবলৈ আহি আৰক্ষীৰ হাতত ধাৰাসায়ী প্ৰৱঞ্চক

MyNews Bureau

MyNews Bureau

Related Posts

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ
Assam

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?
Politics

কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?

March 16, 2021
১২১তম জন্ম দিৱসত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰি টুইট প্ৰধানমন্ত্ৰীৰ
Assam

১২১তম জন্ম দিৱসত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰি টুইট প্ৰধানমন্ত্ৰীৰ

March 16, 2021
মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বেংক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ
Assam

মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বেংক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

March 15, 2021
বিজেপি শাসনৰ পূর্বে উত্তৰ পূবক কেন্দ্ৰই অৱহেলা কৰিছিল । কিয় এই মন্তব্য ৰাজনাথ সিঙৰ ?
Politics

বিজেপি শাসনৰ পূর্বে উত্তৰ পূবক কেন্দ্ৰই অৱহেলা কৰিছিল । কিয় এই মন্তব্য ৰাজনাথ সিঙৰ ?

March 15, 2021
Next Post

ঋণ দিয়াৰ প্ৰলোভনেৰে তথ্য সংগ্ৰহ কৰিবলৈ আহি আৰক্ষীৰ হাতত ধাৰাসায়ী প্ৰৱঞ্চক

মানুহে মানুহৰ বাবে! বানাক্ৰান্ত ৰাইজৰ কাষত গোলাঘাটৰ ছাত্ৰ সমাজ

মানুহে মানুহৰ বাবে! বানাক্ৰান্ত ৰাইজৰ কাষত গোলাঘাটৰ ছাত্ৰ সমাজ

Stay Connected

  • 320.4k Fans
  • 115 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

April 18, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

April 18, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.