Local, Vocal, Global

ভৱেশ বৰুৱালৈ এই বছৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান

  • অভিনেতা ভৱেশ বৰুৱালৈ এই বছৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান
  • ৩১ জুলাইত তেজপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা
  • এই বঁটাত আছে নগদ ২ লাখ টকাৰ লগতে এখন মানপত্ৰ, এখনি অংগ বস্ত্ৰ আৰু এখন শৰাই
  • ঐশ্বৰ্য্য কাকতিলৈও আগবঢ়োৱাঁ হৈছে এই বঁটা