Local, Vocal, Global

বাক্সাত পুনৰ জব্দ অস্ত্ৰ-শস্ত্ৰ

  • বাক্সা আৰক্ষীৰ সফল অভিযান
  • বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদী বস্তিত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ
  • বাক্সা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডংগলৰ নেতৃত্বত চলিছিল অভিযান
  • চিনাদী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰখিনি
  • AK-47 ৰাইফলৰ লগতে ৫২০ জাই সজীৱ গুলি
  • ইয়াৰ কিছুদিন পুৰ্বেও বাক্সাত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হৈছিল বৃহৎ পৰিমানৰ অস্ত্ৰ- শস্ত্ৰ
  • বি টি চি নিৰ্বাচনৰ পুৰ্বে অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত