Local, Vocal, Global

বৰপেটাৰ চেঙাত অঘটন,খাদ্যত বিহক্ৰিয়া হৈ আক্ৰান্ত অৰ্ধশতাধিক

  • বৰপেটাৰ চেঙাত অঘটন
  • খাদ্যত বিহক্ৰিয়া হৈ আক্ৰান্ত ৫০ গৰাকীৰো অধিক লোক
  • এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্য গ্ৰহণ কৰাৰ পিছতে আক্ৰান্ত লোকসকল
  • আক্ৰান্ত সকলৰ ভিতৰত আছে প্ৰায় ১৫ টাকৈ শিশু
  • খাদ্য গ্ৰহণৰ পাছতে বমি, মূৰৰ বিষ আৰু পেটৰ বিষত ভূগিছে লোকসকল
  • আক্ৰান্ত সকলক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি
  • সংকটজনক অৱস্থাত এটি শিশুক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
  • কৰ’নাৰ ভয়াৱহতাৰ মাজতো চৰকাৰী নীতি উলংঘা কৰি বিয়াৰ অভ্যৰ্থনাত বুজন সংখ্যক লোকক আমন্ত্ৰণ কৰাৰ বাবেও সৃষ্টি হৈছে চাঞ্চল্যৰ
  • ইফালে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই প্ৰয়োজনীয় চিকিৎসক
  • এজন চিকিৎসকে অৰ্ধ শতাধিক ৰোগীক চিকিৎসা কৰিব লগা হোৱাত সৃষ্টি আন এক সমস্যাৰ
  • এতিয়াও নতুন-নতুন লোক আক্ৰান্ত হৈয়েই আছে